গেলেকী থানাৰ পূৰ্বৰ আৰক্ষী বিষয়া ৰাজেশ প্ৰসাদ ৰৌনিয়াৰ লৈ ভাৰত চৰকাৰৰ গৃহ বিভাগৰ বিশেষ সম্মান


শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাৰ পূৰ্বৰ আৰক্ষী বিষয়া ৰাজেশ প্ৰসাদ ৰৌনিয়াৰলৈ ভাৰত চৰকাৰৰ বিশেষ সম্মান আগবঢ়োৱা হৈছে । ভাৰত চৰকাৰৰ গৃহ বিভাগে আগবঢ়াইছে এই সম্মান । আৰক্ষী বিষয়া গৰাকীক ভাৰত চৰকাৰে "পুলিচ আন্তৰিক সেৱা" পদকৰ বাবে নিৰ্বাচিত কৰিছে বুলি জানিব পৰা গৈছে ।

Comments

Popular posts from this blog

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

পূজা , নেহা , স্নেহা…… তোমালোক বৰ ভাল ছোৱালী আছিলা …… মা /দেউতাক ভালে ৰাখিবা…

ফ্ৰী ফায়াৰ অন লাইন গেমেই কাল হ'ল এজন দশম শ্রেণীৰ মেধাৱী ছাত্ৰৰ