গেলেকীত জ্যোতিমাৰ্গ বেচৰকাৰী সংস্থাৰ দ্বাৰা কৃৰ্তী ছাত্ৰীক সম্বৰ্দ্ধনা
জ্যোতি মাৰ্গ বেচৰকাৰী সংস্থা" গেলেকীৰ হাবিগাওৰ নাম কঢ়িয়াই অনা কেইগৰাকী মান কৃৰ্তী ছাত্ৰী ক সম্বৰ্ধনা জনাই ।
উল্লেখযোগ্য যে বিভিন্ন সময়ত সামাজিক কৰ্মৰ যোগেদি বেচৰকাৰী সংস্থাটিয়ে নিজৰ নাম জনমানসত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে
আজি অনুষ্ঠিত এই অনুষ্ঠানতিত গেলেকী হাবিগাৱৰ ভালেকেইগৰাকী কৃৰ্তী ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয় ্
great work
ReplyDelete