Breaking news Get link Facebook X Pinterest Email Other Apps October 15, 2021 ✍️ ক্ষয়িত্ৰীক আঠু কাঢ়িবলৈ বাধ্য কৰোৱা ছাত্ৰ নেতাক বহিস্কাৰ কৰিলে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৷ ✍️ আছুৰ পৰা বহিস্কাৰ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি কৰ্ণ বুঢ়াগোহাঁই। Get link Facebook X Pinterest Email Other Apps Comments
পূজা , নেহা , স্নেহা…… তোমালোক বৰ ভাল ছোৱালী আছিলা …… মা /দেউতাক ভালে ৰাখিবা… November 02, 2020 … (১) কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবিল বজাৰৰ বাসিন্দা নিৰ্মল পাল(৫২) , নিৰ্মল পালৰ পত্নী মল্লিকা পাল (৪৫)আৰু তেওঁলোকৰ তিনি কন্যা সন্তান ক্ৰমে পূজা পাল( ২৫) নেহা পাল(১৭) আৰু স্নেহা পাল(১৫)ৰ মৃতদেহ আজি অৰ্থাৎ ২ নৱেম্বৰৰ ৰাতিপুৱা একেটা কোঠাতে চিপজৰী লোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হয় । একেটা পৰিয়ালৰ পাঁচ সদস্যই একেটা কোঠাতে আত্মহত্যা কৰা ঘটনা বিৰল বুলিয়েই বিৱেচিত হব । আৰু এয়া অতি কৰুণ ঘটনা , অতি মৰ্মান্তিক ঘটনা । মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ । (২) স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে সদৰি কৰা মতে অতিপাত ধাৰত পোত যোৱাৰ বাবেই নিৰ্মল পালৰ পৰিয়ালে তেনে এক সিদ্ধান্ত ললে । ব্যৱসায়ত লোকচান , বিভিন্নজনৰ পৰা সুদত ধাৰ , সুদত টকা ধাৰ দিয়া লোকসকলৰ হেঁচাৰ পৰিণতিতে তেনে এক চুড়ান্ত সিদ্ধান্ত ললে বুলি প্ৰকাশিত হৈছে । ... Read more
ফ্ৰী ফায়াৰ অন লাইন গেমেই কাল হ'ল এজন দশম শ্রেণীৰ মেধাৱী ছাত্ৰৰ August 28, 2021 ২৮ আগষ্ট ; ফ্ৰী ফায়াৰ গেমেই দশম শ্রেনীৰ এজন মেধাবী ছাত্ৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নমাই আনিলে ।গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ চেউনি গাঁৱত ২৬ আগষ্টত এনে এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ।উল্লেখ্য যে পিতৃ অজিত বৰবৰা আৰু মাতৃ গীতাঞ্জলি বৰবৰাৰ পুত্ৰ ত্ৰিদীপ(ৰাজা)বৰবৰা (১৬)ই যোৱা কিছু দিনৰ পৰা মাক-দেউতাকৰ অজ্ঞাতে ম'বাইল ফোনত এপছৰ জৰীয়তে অন লাইনত"ফ্ৰী ফায়াৰ"গেম খেলি থাকে আৰু বিষয়টো তেঁওৰ জেষ্ঠ ভাতৃয়ে গম পাইছিলে বুলিও জানিবলৈ দিয়ে।তেঁও লগতে কয় যে তেঁও(ককায়েক)অহা গম পালেই গেমটো আতৰাই দিয়ে । ত্ৰিদিপৰ মাতৃ গীতিঞ্জলী বৰবৰাই এনেদৰেই কিছু দিন পাৰ কৰিলে। সাংবাদিকক জানিবলৈ দিয়ে যে ত্ৰিদীপৰ কোনো এজন খেলৰ সঙ্গীয়ে উক্ত খেলটোৰ বাবদ ৪হাজাৰ টকা ফোনত অডিঅ' কল যোগে বিছাৰিছিল।সেই মৰ্মে ত্ৰিদীপে তেঁওৰ মাকৰ যোগেদী বিষয়টো দেউতাকক অৱগত কৰাইছিল।দেউতাক এজন সামান্য খেতিয়ক যিজনে তেঁওৰ পৰিয়ালটিক দুবেলা দুমুঠি খাদ্য কোনোমতে যোগান ধৰি আহিছিল,তেনে স্থলত হঠাৎ পুত্ৰই বিছৰামতে ৪ হাজাৰ টকা পুত্ৰ ত্ৰিদীপক দিব নোৱাৰিলে। মাকে জনোৱা মতে দিনটো ত্ৰিদীপে আনদিনাৰ দৰেই সাধাৰণ জীৱন কটাইছিলে আৰু তেনেদৰে দ... Read more
মানুহজন শিৱসাগৰ বুলি সামাজিক মাধ্যমৰ যোগেদি জানিব পৰা গৈছে ।। কোনোবাই চিনি পাই যদি জনাব ।। March 22, 2023 Read more
Comments
Post a Comment