নামতিৰ খবৰ

শিৱসাগৰ জিলাৰ নামতি স্থিত পঞ্জাৱ নেচনেল বেংকৰ বাহিৰত গ্ৰাহকৰ ভীৰ । এফালে একেটা অঞ্চলতে কভিদত আক্ৰান্ত হৈছে ভালেকেইজন লোক । চৰকাৰৰ নতুন নিৰ্দেশনাৰ বাবে সোনকালে বন্ধ হৈ পৰে বেংক । যাৰ বাবে নিজৰ প্ৰয়োজনত বেংকৰ বাহিৰত এনেদৰে কভিদ নিয়ম ভংগ কৰি ভীৰ কৰিছে গ্ৰাহকে ।

Comments

Popular posts from this blog

পূজা , নেহা , স্নেহা…… তোমালোক বৰ ভাল ছোৱালী আছিলা …… মা /দেউতাক ভালে ৰাখিবা…

কিডনী বিকল‌ হোৱাৰ লক্ষণ

গোলাঘাট জিলাৰ নতুন ন্যায়িক আদালত ভৱন মুকলি