Breaking

 নগাঁওৰ পুৰণিগুদামৰ গাড়ীচালক নৱজ্যতি

গায়নক হত্যা কৰা তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ।

একে গাঁৱৰে কেশৱ গায়ন নামৰ যুৱক এজনে

দীপাংকৰ কোঁচ আৰু মিন্টো বৰাৰ সহযোগত

গাড়ী ভাৰা কৰাৰ চলেৰে ডিমাপুৰ লৈ যোৱাৰ

পথত বোকাজানত হত্যা কৰিছিল চুইফট

দিজায়াৰ গাড়ীখনৰ চালক নবজ্যতি গায়নক।

ধৃত দীপাংকৰ কোঁচ হ’ল অৱসৰপ্ৰাপ্ত এছ এছ বিৰ

জোৱান।


Comments

Popular posts from this blog

শিৱসাগৰত সৰ্প বন্ধু ৰূপে পৰিচিত বিশ্বজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

গেলেকীৰ প্ৰেছ ক্লাব গঠন ।