জনপ্ৰিয় গায়ক দিলজিতৰ মহানূভৱতা

 


পাঞ্জাৱৰ লগতে সমগ্ৰ দেশতেই জনপ্ৰিয় গায়ক, অভিনেতা দিলজিতে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লোৱা কৃষকলৈ ১ কোটি টকা দান কৰিছে। ডিচেম্বৰ মাহত দিল্লী আৰু ইয়াৰ আশে পাশে থকা ঠাইত ঠাণ্ডাৰ প্ৰকোপ অধিক হয়। সেইবাবেই ঠাণ্ডাৰ দিনত প্ৰতিবাদত অংশ লোৱা কৃষকসকলৰ বাবে কম্বল আদিকে ধৰি গৰম কাপোৰ ক্ৰয় কৰিবলৈ জনপ্ৰিয় গায়ক দিলজিতে কৃষকলৈ ১ কোটি টকা দান কৰিছে।

Comments

Popular posts from this blog

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনত সোণৰ পদক দখল গেলেকীৰ মহিলাৰ

পূজা , নেহা , স্নেহা…… তোমালোক বৰ ভাল ছোৱালী আছিলা …… মা /দেউতাক ভালে ৰাখিবা…

ফ্ৰী ফায়াৰ অন লাইন গেমেই কাল হ'ল এজন দশম শ্রেণীৰ মেধাৱী ছাত্ৰৰ