Posts

Showing posts from July, 2022

গেলেকীত জ্যোতিমাৰ্গ বেচৰকাৰী সংস্থাৰ দ্বাৰা কৃৰ্তী ছাত্ৰীক সম্বৰ্দ্ধনা

Image
জ্যোতি মাৰ্গ বেচৰকাৰী সংস্থা" গেলেকীৰ  হাবিগাওৰ  নাম কঢ়িয়াই অনা কেইগৰাকী মান কৃৰ্তী ছাত্ৰী ক সম্বৰ্ধনা জনাই । উল্লেখযোগ্য যে বিভিন্ন সময়ত সামাজিক কৰ্মৰ যোগেদি বেচৰকাৰী সংস্থাটিয়ে নিজৰ নাম জনমানসত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে  আজি অনুষ্ঠিত এই অনুষ্ঠানতিত গেলেকী হাবিগাৱৰ ভালেকেইগৰাকী কৃৰ্তী  ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয় ্ অনুষ্ঠানটিত উপস্থিত আছিল বেচৰকাৰী সংস্থাটিৰ সভানেত্ৰী সম্পাদিকাকে প্ৰমুখ্যে কৰি ভালেকেইগৰাকী বিষয়ববীয়া ।