কভিদত আক্ৰান্ত আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা

কভিদত আক্ৰান্ত হৈছে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা । শিৱসাগৰৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে বিধায়কগৰাকীক । জানিব পৰা মতে কভিদৰ কোনো লক্ষণে দেখা দিয়া নাছিল বিধায়ক গৰাকীৰ । ইফালে বিধায়ক গৰাকীৰ দেহৰক্ষী গৰাকীৰ কভিদ নেকেটিভ বুলি জানিব পৰা গৈছে