Posts

Showing posts from August, 2022

আনৰ সেৱা শুশ্ৰূষা কৰা যুৱতীগৰাকী । শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ নেমুগুৰিত যুৱতীগৰাকীৰ আক্ৰান্ত জটিল ৰোগত ।

Image
ছোৱালীজনীৰ নাম এনাশী দিহিঙ্গীয়া। ঘৰঃ শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ নেমুগুৰিত। পিতৃক হেৰুৱাই অসুখীয়া মাকৰ সতে জীয়াই থাকিবলৈ ঘৰৰ আৰ্থিক দিনতাৰ পৰা সকাহ বিচাৰি মানৱ সেৱাৰ পথ বাচি লৈ ডিব্ৰুগড়স্থিত মাৰোৱাৰী আৰোগ্য ভৱনত এগৰাকী পৰিচাৰিকা হিচাপে কৰ্মৰত হৈ হাজাৰজনৰ সেৱা আগবঢ়াই থাকোঁতেই নিজেই ৰাইজৰ ওচৰত সহায় বিচাৰিব লগা হৈছে। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। পিতৃহীনা ছোৱালীজনীয়ে অসুখীয়া মাকৰ  সৈতে জীয়াই থাকিবলৈ কৰা সংগ্ৰামখনিত থমকি ৰ'ব লগা হৈছে। ভৰ যৌৱনতে তেওঁ এক জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ভৰ্তি হৈও আৰ্থিক নাটনিৰ বাবে আৰু Blood ৰ Platelet কমি যোৱাৰ ফলত তেওঁৰ শৰীৰৰ Internal Bleeding হৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। সঁচাই বৰ্তমান তেওঁৰ স্বাস্থ্য অতি শোচনীয়। আপোনালোকে তেওঁক Blood ৰ যোগান ধৰি নাইবা আৰ্থিকভাৱে  সহায় কৰিলেহে তেওঁ আকৌ সুস্থ হৈ আমাৰ মাজৰ জীয়াই থাকি ৰাইজৰ হকে, সমাজৰ হকে,  দেশৰ হকে সেৱা আগবঢ়াই যাব পাৰিব। তেওঁক এতিয়া প্ৰতিদিনেই ঔষধৰ নামত ৩০/৪০ হে...